ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ (ইংৰাজী: European Union) মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ। ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি।
ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ (ইংৰাজী: European Union) মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ। ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি। কেইখনমান অভ্যন্তৰীণ বহুজাতিক সংগঠন আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ চৰকাৰী পক্ষসমূহৰ পৰস্পৰ বুজাপৰাৰ মাধ্যমেৰে ইউৰোপিয়ান ইউনিয়নৰ পৰিচালনা কৰা হয়। এই বহুজাতিক সংগঠনকেইটা হৈছে: ইউৰোপিয়ান সদন, ইউৰোপিয়ান কাউঞ্চিল, কাউঞ্চিল অফ দ্য ইউৰোপিয়ান ইউনিয়ন, ইউৰোপিয়ান ইউনিয়নৰ ন্যায়িক আদালত, ইউৰোপিয়ান কেন্দ্ৰীয় বেংক আৰু ইউৰোপিয়ান ক'ৰ্ট অফ অ'ডিটৰছ। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সংঘৰ নাগৰিকসকলে ইউৰোপিয়ান সদনক নিৰ্বাচিত কৰে।
ইউৰোপিয়ান ইউনিয়ন
বুলগেৰিয়ান:
Европейски съюз
ক্ৰ'ৱেছিয়া:
Europska unija
চ্চেজ:
Evropská unie
ডানিছ:
Den Europæiske Union
ডাচ্চ:
Europese Unie
এষ্ট'নিয়ান:
Euroopa Liit
ফিনিছ:
Euroopan unioni
ফৰাচী:
Union européenne
জাৰ্মান:
Europäische Union
গ্ৰীক:
Ευρωπαϊκή Ένωση
হাংগেৰীয়ান:
Európai Unió
আইৰিছ:
An tAontas Eorpach
ইটালিয়ান:
Unione europea
লেটভিয়ান:
Eiropas Savienība
লিথুৱানিয়ান:
Europos Sąjunga
মাল্টিজ:
Unjoni Ewropea
প'লিছ:
Unia Europejska
পৰ্টুগীজ:
União Europeia
ৰোমানিয়ান:
Uniunea Europeană
শ্লোভাক:
Európska únia
শ্লোভেন:
Evropska unija
স্পেনিছ:
Unión Europea
চুইডিছ:
Europeiska unionen
ৰাজধানী
ব্ৰুজেলছ (de facto)[2]
50°51′N 4°21′E / 50.85°N 4.35°E
বৃহত্তম মহানগৰ
লণ্ডন আৰু পেৰিছ
ৰাষ্ট্ৰভাষা (সমূহ)
ইউৰোপিয়ান ইউনিয়নৰ ভাষাসমূহ (মুঠ ২৪ টা)
BulgarianCroatianCzechDanishDutchEnglishEstonianFinnishFrenchGermanGreekHungarianIrishItalianLatvianLithuanianMaltesePolishPortugueseRomanianSlovakSloveneSpanishSwedish
জাতীয়তাসূচক বিশেষণ
ইউৰোপিয়ান
ধৰণ
ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ
সদস্য ৰাষ্ট্ৰসমূহ
ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ (মুঠ ২৮ খন)
AustriaBelgiumBulgariaCroatiaCyprusCzech RepublicDenmarkEstoniaFinlandFranceGermanyGreeceHungaryIrelandItalyLatviaLithuaniaLuxembourgMaltaNetherlandsPolandPortugalRomaniaSlovakiaSloveniaSpainSwedenUnited Kingdom
ৰাষ্ট্ৰনেতা (বৃন্দ)
ইউৰোপিয়ান কমিচনৰ সভাপতি
জিন-ক্ল'ড জাংকাৰ
ইউৰোপিয়ান কাউঞ্চিলৰ সভাপতি
ড'নাল্ড টাস্ক
Formation[3]
ৰোমৰ সন্ধি
১ জানুৱাৰী ১৯৫৮
Treaty of Maastricht
1 November 1993
মাটিকালি
মুঠ
৪৩,২৪,৭৮২ বৰ্গ কিমি (7tha)
সাঁচ:Convert/LoffAoffDnumberSoff বৰ্গ মাইল
জলভাগ (%)
৩.০৮ (১,৩৩,২০৩ বৰ্গ কিমি)
জনসংখ্যা
2015 আনুমানিক
৫০,৮১,৯১,১১৬'"`UNIQ--ref-০০০০০০০৩-QINU`"' (৩rda)
জিডিপি (পিপিপি)
2015 আনুমানিক
মুঠ
$19.035 trillion (1sta)
জনমুৰি
$37,607 (19tha)
জিডিপি (নামমাত্ৰ)
2015 আনুমানিক
মুঠ
$16.449 trillion (2nda)
জনমুৰি
$32,498 (16tha)
জিনি সহগ? (2010)
30.4
মানৱ উন্নয়ন সূচক (2011)
0.876 (13th / 25tha)
মুদ্ৰা
ইউৰো
আন দহবিধ
Lev (BGN; Bulgaria)
Kuna (HRK; Croatia)
Koruna (CZK; Czech Republic)
Krone (DKK; Denmark)
Forint (HUF; Hungary)
Złoty (PLN; Poland)
Leu (RON; Romania)
Krona (SEK; Sweden)
Pound sterling (GBP; United Kingdom)
Pound (GIP; Gibraltar)
সময় অঞ্চল
WET (UTC)[lower-alpha 1]
CET (UTC+1)
EET (UTC+2)
গ্ৰীষ্মকালীন (ডিএছটি)
WEST (UTC+1)
CEST (UTC+2)
EEST (ইউটিচি+3)
ইণ্টাৰনেট টিএলডি
.eu[lower-alpha 2]
ইউনিয়নে বিশেষ আইনী ব্যৱস্থাৰ যোগেদি প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এক অভ্যন্তৰীণ বা একক বজাৰৰ বিকাশ ঘটাইছে। স্কেনজেন এলেকাৰ ভিতৰত পাছপ'ৰ্ট নিয়ন্ত্ৰণ ব্যৱস্থাও উঠাই লোৱা হৈছে।[9] বিভিন্ন নীতিৰ জৰিয়তে ইউনিয়নে বনুৱা, সামগ্ৰী, সেৱা আৰু মূলধনৰ অবাধ বিচৰণ বা স্থানান্তৰৰ লগতে[10] ন্যায়িক আৰু গৃহ বিষয়ত আইন প্ৰনয়ণ তথা বেপাৰ-বাণিজ্য,[11] কৃষি, মৎস্য পালন[12] আৰু আঞ্চলিক উন্নয়নৰ[13] ক্ষেত্ৰত উমৈহতীয়া নীতি গ্ৰহণ সুনিশ্চিত কৰে। ১৯৯৯ চনত সংঘৰ দেশসমূহে মুদ্ৰা সংঘ বা মানিটেৰী ইউনিয়ন গঠন কৰে আৰু ২০০২ চনৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। বৰ্তমান ইউৰোপিয়ান ইউনিয়নৰ ১৯খন দেশে ইউৰোৰ ব্যৱহাৰ কৰে।
ইনাৰ চিক্স অৰ্থাৎ ইউনিয়নৰ প্ৰতিষ্ঠাপক ছয়খন দেশে (বেলজিয়াম, ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ড) গঠন কৰা ইউৰোপিয় কয়লা আৰু তীখা সমাজ (১৯৫১) আৰু ইউৰোপিয় অৰ্থনৈতিক সমাজৰ (১৯৫৮) পৰাই ইউৰোপিয় সংঘৰ আৰম্ভণি ঘটে। মাষ্ট্ৰিচ সন্ধিৰ লগে লগে ১৯৯৩ চনত বৰ্তমানৰ নামেৰে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিষ্ঠা হয় আৰু ইউৰোপিয়ান নাগৰিকত্তৰো প্ৰৱৰ্তন কৰা হয়।[14]
২০১২ চনত ইউৰোপিয়ান ইউনিয়নক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।

टिप्पणियाँ