স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি? অন্য এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ ঘটনাটো পোহৰলৈ অহাৰ পিছতে ঘটনা সংঘটিত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এগৰাকী ভুক্তভোগী মহিলাই আৰক্ষী কাষ চপাৰ পিছতে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷
স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি?
স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি?
অন্য এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ ঘটনাটো পোহৰলৈ অহাৰ পিছতে ঘটনা সংঘটিত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এগৰাকী ভুক্তভোগী মহিলাই আৰক্ষী কাষ চপাৰ পিছতে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰদেশৰ ভূপালৰ গৌতম নগৰৰ এহাল দম্পতীৰ মাজত বিবাহৰ পিছৰে পৰা সংঘাত সৃষ্টি হৈ আহিছিল৷ বৈবাহিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিবলৈ লোৱাত স্বামীৰ এজন বন্ধুৱে সংঘাত নিষ্পত্তি কৰিবলৈ দুয়োৰে মাজ সোমাই পৰে৷
হাছিব ছিদ্দিকী নামৰ বন্ধুজনে দম্পতীহালৰ সংঘাত মীমাংসা কৰিবলৈ প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহিবলৈ ধৰে৷ এদিন স্বামী ঘৰত নথকা অৱস্থাত হাছিব ছিদ্দিকীয়ে বন্ধু পত্নীক ধৰ্ষণ কৰে৷
टिप्पणियाँ